ভুমুকি দেভুমুকিয়া

ভুমুকি মাৰ্ (Assamese) [ Roman: bhu.mu.ki mar]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-29
1. (Verb-Intran.) To see momentarily by taking cover of something. আঁৰৰ পৰা অলপ সময়ৰ কাৰণে মুখ উলিয়াই দেখুৱা ৷